“মন্ত্ৰী অতুল বৰাৰ মহানুভৱতা”

0 637

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অসম গণ পৰিষদৰ বিধায়িনী দলৰ ৫ লাখ টকাৰ বৰঙনি । শনিবাৰে অসম গণ পৰিষদৰ বিধায়িনী দলৰ তৰফৰ পৰা ৫ লাখ টকাৰ বৰঙণি প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ।

অসম গণ পৰিষদৰ বিধায়িনী দলৰ সদস্য সকলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই চেক প্ৰদান কৰে।মন্ত্ৰী অতুল বৰাই ৰাজ্যবাসীক প্ৰতিষেধক প্ৰদানেৰে কৰোনা মহামাৰীৰ পৰা ৰক্ষা কৰাৰ যি এক যুঁজ ৰাজ্য চৰকাৰখনে চলাই গৈছে, সেই যুঁজত প্ৰতিগৰাকী নাগৰিকে অংশগ্ৰহণ কৰাটো অতি জৰুৰী বুলিও জনায় ।

media school
Leave A Reply

Your email address will not be published.