ম’বাইল আৰু কম্পিউটাৰৰ স্পেছ খোৱা টেম্প ফাইলবোৰ কি ? সেইবোৰ ডিলিত কৰিব লাগেনে ?

0 507

আপুনি জানেনে দিনটোৰ অন্যতম সময় মোবাইল আৰু কম্পিউটাৰৰ সৈতে ব্যস্ত হৈ থাকোতে পাৰ হৈ যায় ।
ইয়াৰ মাজতে আমি ৱেবছাইত এটাৰ পৰা যিদৰে ডাউনলোড কৰো সকলো বোৰ আমাৰ চিষ্টেমত আবদ্ধ হৈ যায় ।

ইয়াৰ উপৰিও লাহে লাহে চিষ্টেমটো লাহে লাহে লেহেমীয়া হবলৈ ধৰে ।

কিন্তু কিয় হয় আমি বুজি নাপাওঁ ?

দৰাচলতে ইয়াৰ কাৰণ হৈছে টেম্প ফাইল চিষ্টেমত ফাইলবোৰ অস্থায়ী ৰূপত চেভ হৈ পৰে ।পৰৱৰ্তী সময়ত লাহে লাহে আমাৰ চিষ্টেমৰ হাৰ্ড ডিস্কৰ লোড বাঢ়ি যায় আৰু পূৰ্বৰ তুলনাত দ্ৰুতগতিত নচলে অথবা আপুনি মোবাইলটো বা কম্পিউটাৰ টো বেয়া হৈছে বুলি ভাবে ।গতিকে আপুনি আপোনাৰ চিষ্টেমৰ পৰা.temp বা টেম্প এক্সটেনচনৰ পৰা ফাইলবোৰ আঁতৰাই দিব লাগে নাইবা দিলিত কৰি দিব লাগে ।

media school
Leave A Reply

Your email address will not be published.