গায়িকা নীতি মোহনৰ জীৱনলৈ আহিল সুখৰ বতৰা”জন্ম দিলে এটি পুত্ৰ সন্তান “

0 4,166

ভাৰতবৰ্ষৰ এক আগশাৰীৰ গায়িকা নীতি মোহন আৰু তেওঁৰ স্বামী নিহাৰ পাণ্ডিয়াৰ
জীৱনলৈ আহিল সুখৰ বতৰা ,এটি ল’ৰা সন্তান জন্ম দিলে গায়িকা নীতি মোহনে ,যোৱা ৩জুন তাৰিখে জন্ম লাভ কৰে সন্তানটিয়ে ।

সন্তানটিৰ সৈতে উঠা কেইখনমান ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে দম্পতিহালে ।উক্ত ফটোকেইখনত পুত্ৰ সন্তানটিক কোলাত লৈ থকা দেখা পোৱা গৈছে ।মাতৃ নীতি মোহনে পুত্ৰ সন্তানটিৰ নাম আৰ্যবিৰ ৰখাৰ সিদ্ধান্ত লৈছে ।


ইয়াৰে মাজৰে এখন ফটোত প্ৰত্যক্ষ কৰিব পাৰি লগতে কণমানি পুত্ৰ সন্তানটিৰ হাত ধৰি জীৱনৰ এক মূল্যবান অনুভৱৰ মুহূৰ্ত লাভ কৰা দেখা পোৱা গৈছে ।তেওঁলোক লগতে লিখে যে ” আৰ্যবিৰে আমাক অভিভাৱক ৰূপে গ্ৰহণ কৰাৰ বাবে আমি পৰম সুভাগ্যবান ।”

media school
Leave A Reply

Your email address will not be published.