পশ্চিম কামৰূপত বন বিষয়াৰ অভিযান ,জব্দ হ’ল কাঠ ফলা মেচিন

0 6,572

কামৰূপ পশ্চিম বন বিভাগৰ অন্তৰ্গত চম্পুপাৰাত তিনিটা অবৈধ কাঠ কটা মিল বন্ধ কৰি দিয়া হৈছে আৰু বুধবাৰে বন বিষয়াসকলে অভিযান চলাই তেওঁলোকৰ কাঠ কটা যন্ত্ৰসমূহ জব্দ কৰে। অভিযানটোৰ নেতৃত্ব দিছিল বিভাগীয় বন বিষয়া, কামৰূপ পশ্চিম আৰু তেওঁৰ কৰ্মচাৰীসকলে।

বন সুৰক্ষা বিষয়াৰ সৈতে হাজোৰ বন সুৰক্ষা দলৰ কৰ্মীসকলে চলোৱা এটা অভিযানত বুধবাৰে হাজো আৰক্ষী থানাৰ অন্তৰ্গত কলিতাকুচি চকত এটা অবৈধ কাঠ কটা মিল চিনাক্ত কৰা হয় আৰু ইয়াত ব্যৱহৃত যন্ত্ৰসমূহ জব্দ কৰে আৰক্ষীয়ে ।

media school
Leave A Reply

Your email address will not be published.