গ্ৰীষ্মকালত কেনেদৰে যতন ল’ব আপোনাৰ সোণৰ অলংকাৰখিনিৰ ?

0 5,768

প্ৰত্যেক নাৰীৰ বাবে তেওঁৰ প্ৰতিপদ সোণৰ অলংকাৰ মূল্যবান।কিন্তু দীৰ্ঘদিনলৈ সোণৰ অলংকাৰখিনিৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ আপুনি কি কৰিব ? আপোনাৰ অমূল্য সোণৰ অলংকাৰখিনিৰ এনেদৰে যতন ল’ব পাৰিব আপুনি ।

Indian Traditional Antique Gold Necklace with Peacock Design

ঘাম লগাৰ ফলত বিশেষকৈ গ্ৰীষ্ম কালত যিকোনো অলংকাৰৰ উজ্বলতা কমি যায়। প্ৰতিবাৰ পিন্ধাৰ পিছত থৈ দিয়াৰ আগতে গহণা ভালকে মচি লওক। তাৰ পিছত ইপদ গহণা যাতে আনপদৰ সৈতে ঘহনি নাখায় তেনেভাৱে গহণাৰ বাকচত থওক।

সোণৰ গহণাখিনি
এয়াৰটাইট বক্স বা জিপ লক বেগত ভৰাই ৰাখিব।সোণৰ গহণাত যদি মুক্তা গঠা থাকে তেন্তে তাক নৰম কাপোৰেৰে মেৰিয়াই ৰাখিব লাগে।তেতিয়া মুক্তাৰ উজ্বলতা অটুট থাকিব।

ক’ৰবালৈ যোৱাৰ আগতে সাজ–সজ্জাৰ অন্তত গহণা পিন্ধিব লাগে। ইয়াৰ ফলত প্ৰসাধন, পাৰফিউম লাগি গহণা নষ্ট হোৱাৰ আশংকা কম।

media school
Leave A Reply

Your email address will not be published.