জনপ্ৰিয় অভিনেত্ৰী সাৰান্য সাচিৰ মৃত্যু

0 14,540

জনপ্ৰিয় অভিনেত্ৰী সাৰান্য সাচিৰ মৃত্যু। ৩৫বছৰ বয়সত মৃত্যুবৰণ কৰে অভিনেত্ৰী গৰাকীয়ে।

এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অভিনেত্ৰী গৰাকীয়। সোমবাৰে কেৰেলাৰ এখন ব্যক্তিগত হাস্পাতালত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। বহুতো জনপ্ৰিয় চলচ্চিত্ৰ অভিনয় কৰিছিল সাৰান্য সাচিয়ে।

জুন মাহত অভিনেত্ৰী গৰাকীৰ দেহত ধৰা পৰিছিল ক’ৰোনা ভাইৰাছৰ অৱস্থিতি।
অভিনেত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ ছবিজগততে শোকৰ ছাঁ পৰে লগতে বহুগৰাকী অভিনেতা-অভিনেত্ৰীয়ে
সমবেদনা জ্ঞাপন কৰে।

media school
Leave A Reply

Your email address will not be published.