আদালতত হাজিৰ বিজয় বনিয়া

0 32,928

গৰুখুটি কাণ্ডৰ অভিযুক্ত ফটোগ্ৰাফাৰ বিজয় বণিয়াক আদালতত হাজিৰ৷
পুৱাই চি আই ডিয়ে আদালতত হাজিৰ কৰে বণিয়াক।

আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বণিয়াক।
চি আই ডিয়ে জিম্মাত নললে বিজয় বণিয়াক।


আদালতে সেয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰে।
চি আই ডি থানাত ইতিমধ্য বিজয় বণিয়াৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
আই পি চি ৩০৭ আৰু ৩৫৩ ধাৰাত ৰুজু হৈছে ৮/২০২১ নং গোচৰটো।
হত্যাৰ চেষ্টা আৰু কৰ্তব্যৰত  আৰক্ষীক কামত বাধা প্ৰদানৰ ধাৰা আৰোপ বিজয়ৰ বিৰুদ্ধে।

media school
Leave A Reply

Your email address will not be published.