আশ্বৰ্যজনক, ভাৰতৰ কোন মন্দিৰত নিগৰিত হয় সপ্ত সুৰ !!

0 4,389

কৰ্ণাটকৰ হাম্পিৰ এক ৰহস্যময় মন্দিৰ । ভগৱান বিষ্ণুৰ অৱতাৰ বিঠ্ঠল দেৱৰ এই আজৱ মন্দিৰটো নিজৰ সৌন্দৰ্য্যৰ লগতে এক বিশেষ কাৰণৰ বাবেও বিখ্যাত । ৫৬ ডাল খুঁটা যুক্ত এই বিশাল মন্দিৰটো পুৰাতন কালৰ শিল্প কলাৰ এক জীয়া উদাহৰণ ।

উল্লেখ্য যে ভগৱান বিষ্ণুৰ এই মন্দিৰটোৰ কোনোবা খুঁটাত সামান্য ধৰণৰ কিবা আঘাত পালে খুঁটাৰ পৰা সংগীতৰ সাতটা ধ্বনি নিগৰিত হয় আৰু গোটেই মন্দিৰ ৰজনজনাই পৰে ।সেইবাবে হাম্পিৰ এই বিখ্যাত মন্দিৰটো খুঁটা সমূহ”সা ৰে গা মা Pillars” বুলিও জনাজাত ।ভাৰতত ইংৰাজৰ শাসনৰ সময়ত এই আজৱ মন্দিৰৰ ৰহস্য উদ্ঘাটন ৰ বাবে ইংৰাজ সকলে এই মন্দিৰটোৰ দুডাল খুঁটা ভাঙি ভিতৰত কি আছে চাব বিচাৰিছিল কিন্তু একো সুফল লাভ কৰা নাছিল আৰু ইংৰাজে ভাঙি থৈ যোৱা সেই খুঁটা ভগ্নাৱশেষ আজিও পৰিলক্ষিত হয় ।

media school
Leave A Reply

Your email address will not be published.