ৰাজ্যত ক’ভিড সংক্ৰমণৰ পৰিমাণ হ্ৰাস

1 518

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে দেশব্যাপী চলি আছে টিকাকৰণ অভিযান। তথ্যানুসৰি এতিয়ালৈকে দেশত ৯৬.৮২ কোটি টকাৰ ভেকছিন প্ৰদান কৰা হৈছে ।যদিও ভেকচিনৰ বাবদ কোটি টকা খৰচ কৰা হৈছে তথাপিও বিগত ২৪ ঘণ্টাত নতুন ক’ভিড সংক্ৰমণৰ সংখ্যা ১৮,৯৮৭ জন বুলি জানিব পোৱা গৈছে । আনফালে ক’ভিড নিৰাময়ৰ হাৰ বৰ্তমান ৯৮.০৭% ।

যোৱা ২৪ ঘণ্টাত ক’ভিড মুক্তিৰ সংখ্যা ১৯,৮০৮ জন আৰু এই সংখ্যা বৰ্তমান ৩,৩৩,৬২,৭০৯ জনলৈ বৃদ্ধি পাইছে ।২০২০ ৰ তুলনাত বৃদ্ধি পাইছে ক’ভিড নিৰাময়ৰ হাৰ

media school
1 Comment
  1. fastest growing news channel from NE

Leave A Reply

Your email address will not be published.