থাইলেণ্ডত মাছমাছ ধৰিবলৈ গৈ কোটিপতি হ’ল এজন লোক

0 54,182

সমুদ্ৰত মাছ ধৰিবলৈ গৈ কোটিপতি হ’ল থাইলেণ্ডৰ মাছমৰীয়া নাৰং ফেটচাৰাজ । সদায়ৰ দৰে মাছ মাৰি থাকোতেই ১১কোটি টকাৰ মালিক হৈ ঘূৰি আহিল নাৰং ।

মাছ ধৰি থাকোতেই লাভ কৰিলে এটি ৩০কেজি ওজনৰ শিল জাতীয় পদাৰ্থ ।বিশেষজ্ঞসকলৰ মতে এই প্ৰকাণ্ড শিল ছটাক “অ্যামবাৰগ্রিস” বুলি জনা যায় । তিমি মাছৰ বমি জাতীয় পদাৰ্থ গোট মৰাৰ ফলত সৃষ্টি হয় এনে পদাৰ্থ ।

Leave A Reply

Your email address will not be published.