ৰাজ্যত অব্যাহত ক’ভিদৰ বিভীষিকা
দুৰ্গা পূজাৰ পূৰ্বৰ পৰা চৰকাৰে যি sop জাৰী কৰিছিল তাৰ পিছতো দেখা নগ’ল ৰাইজৰ মাজত সজাগতা । যাৰ বাবে শাৰদীয় উৎসৱৰ মাজতে চলালে ক’ভিডে তাণ্ডৱ ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৪৭ গৰাকী লগতে উল্লেখ্য যে কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা ৬৩ জন । বৰ্তমান ৰাজ্যত মুঠ আৰোগ্যৰ হাৰ ৯৮.৪৪% । এনেদৰেই এতিয়াও অব্যাহত আছে ক’ভিডৰ দৌৰ । চৰকাৰ তথা প্ৰশাসনে ৰাইজক আহ্বান জনাইছে যাতে SOP ৰ সকলো নিৰ্দেশনা মানে আৰু কোভিডৰ পৰা হাত সাৰি থাকে ।