NCBয়ে জব্দ কৰিলে অনন্যা পাণ্ডেৰ মোবাইল ফোন

0 8,608

আৰয়ান খানৰ ড্ৰাগছ সন্দৰ্ভত এতিয়া সাঙুৰ খাইছে অনন্যা পাণ্ডেৰ নাম । NCBয়ে জব্দ কৰিলে অনন্যা পাণ্ডে আৰু আৰয়ান খানৰ ড্ৰাগছ সম্পৰ্কীয় মেচেজ ।আৰয়ান খানৰ ড্ৰাগছ সন্দৰ্ভত এতিয়া সাঙুৰ খাইছে অনন্যা পাণ্ডেৰ নাম । NCBয়ে জব্দ কৰিলে অনন্যা পাণ্ডে আৰু আৰয়ান খানৰ ড্ৰাগছ সম্পৰ্কীয় মেচেজ ।

২০১৮-১৯ বৰ্ষৰ মাজতেই চলিছিল তেওঁলোকৰ ড্ৰাগছ সম্পৰ্কীয় বাৰ্তালাপ য’ত আৰয়ানে অনন্যাক প্ৰেৰণ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ ফোন নম্বৰ। উল্লেখ্য যে এই সন্দৰ্ভত অনন্যা পাণ্ডেই কৈছিল যে তেখেতেও এবাৰ সেৱন কৰিব বিচাৰে ড্ৰাগছ আৰু এই মেচেজ NCB ৰ হাতত লগাৰ পিছতে জব্দ কৰে অনন্যা পাণ্ডেৰ দুটাকৈ মোবাইল ফোন ।

media school
Leave A Reply

Your email address will not be published.