চৰকাৰী কৰ্মচাৰী সকলক প্ৰদান কৰা হব স্মাৰ্ট ঘড়ী

0 2,835

চৰকাৰী কৰ্মচাৰীৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ হেতুকে গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। ।কৰ্ম ক্ষেত্ৰত উপস্থিত থকাৰ সময়ছোৱাত কোন ক’ত আছে তাৰ খবৰ ৰাখিবলৈ কৰ্মচাৰীসকলক প্ৰদান কৰা হব স্মাৰ্ট ঘড়ী ।

\

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰে পৰা স্মাৰ্ট ঘড়ী পৰিধান কৰি কাৰ্য্যালয়লৈ অহা বাধ্যতামূলক কৰি দিছে হাৰিয়ানা চৰকাৰে।শনিবাৰে গুৰুগ্ৰাম জিলাৰ সহানা এলেকাৰ “বিকাশ” সমাবেশত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে জনগণৰ আগত উল্লেখ কৰে এই নতুন নিৰ্দেশনা । ।

media school
Leave A Reply

Your email address will not be published.