২৪ঘন্টাৰ বাবে বন্ধ পেট্ৰল পাম্প, ক’ত….

0 554

হাৰিয়ানাত আজি বন্ধ থাকিব পেট্ৰল পাম্পসমূহ।
পেট্ৰল পাম্প এছোচিয়েচনে লৈছে এই সিদ্ধান্ত।
পুৱা ৬বজাৰ পৰা ২৪ঘন্টাৰ বাবে বন্ধ থাকিব পাম্প সমূহ।
বিশেষ কেইটামান দাবীৰে এই বন্ধৰ আহ্বান কৰা হৈছে।
মৃল্যবৃদ্ধিক লৈ এই বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰল পাম্প এছোচিয়েচনে

media school
Leave A Reply

Your email address will not be published.