সন্তানৰ বাবে বাদ দিলে কেৰিয়াৰ,টেনিছৰ পৰা সন্যাস ছানিয়া মিৰ্জাৰ

0 1,123

সন্তানৰ বাবে বাদ দিলে কেৰিয়াৰ

মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জাই এৰিব টেনিছ

ছানিয়াৰ কোটি কোটি অনুৰাগীৰ হৃদয় এতিয়া ভগ্নপ্ৰায়

৬ বাৰৰ গ্লাণ্ড শ্লাম বিজয়ী ৩৫ বছৰীয়া ছানিয়াই ঘোষণা কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত

২০২২ চনৰ শেষৰ ফালে টেনিছ জগত ত্যাগ কৰিব ছানিয়া মিৰ্জাই

শৰীৰৰ সমস্যা আৰু বয়স বৃদ্ধিৰ বাবেই এনে কঠোৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে তাৰকাগৰাকীয়ে

তিনি বছৰীয়া পুত্ৰ আৰু পৰিয়ালৰ বাবেও সময় দিয়া প্ৰয়োজন বুলি উল্লেখ কৰে ছানিয়াই

media school
Leave A Reply

Your email address will not be published.