ৰাজ্যত উদ্বেগজনক কোভিড পৰিস্থিতি; চাওক কিমান হ’ল আক্ৰান্ত

0 628

ৰাজ্যত উদ্বেগজনক কোভিড পৰিস্থিতি; চাওক কিমান হ’ল আক্ৰান্ত

ৰাজ্যত কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণ।বিগত ২৪ ঘন্টাত পাঁচ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে। আনহাতে হ্ৰাস পাইছে সুস্থতাৰ হাৰ।
ৰাজ্যত বৰ্তমান পজিটিভিটিৰ হাৰ ১২.১৬ শতাংশ।ৰাজ্যখনত শনিবাৰৰ দিনটোত মুঠ ৫৫৮০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।


যোৱা ২৪ ঘন্টাত কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১১৭২ গৰাকী লোক।
শনিবাৰে দিনটোত ৰাজ্যত মুঠ মুঠ ৪৫,৯০০ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল তাৰে ৫৫৮০ গৰাকী লোক কোভিড পজিটিভ ধৰা পৰে। শনিবাৰে ৰাজ্যত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৩ গৰাকীলোকৰ। সুস্থতাৰ হাৰ হৈছে ৯১.৯৯ শতাংশ।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.