উত্তৰ প্ৰদেশত ভূপতিত বিমান

0 3,315

উত্তৰ প্ৰদেশত ভূপতিত বিমান

উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰশিক্ষণৰ সময়ত ভূপতিত হয় এখন বিমান,এই দুৰ্ঘটনাটোত গুৰুত্ব ভাৱে আহত হয় প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী ।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত আলিগড় মিনি বিমানবন্দৰৰ নিচেই সমীপত পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় দুজনীয়া আৰোহীৰ বিমানখন। ঘন কুঁৱলীৰ বাবে প্ৰশিক্ষণ বিমানখন ভূপতিত হোৱাৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, মিনি বিমানবন্দৰৰ পৰা বিভিন্ন ব্যক্তিগত বিমান কোম্পানীয়ে শিক্ষাৰ্থীসকলক বিমান উৰাবলৈ প্ৰশিক্ষণ দিয়ে।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.