নিজ কোম্পানীৰ পৰা বাহিৰ হ’ল ‘অশ্বিনী গ্ৰোভাৰ’

0 1,645

ৰিয়েলিটী শ্ব’ Shark Tank Indiaৰ জৰিয়তে তীব্ৰ চৰ্চাত থকা অশ্বিনী গ্ৰোভৰে অৱশেষত বাহিৰ হব লগা হল নিজৰে কোম্পানী ভাৰত পেৰ পৰা। বিগত কিছু মাহৰ পৰা ব্যাপক বিৰ্তকৰ অন্তত যোৱা সোমবাৰে ভাৰত পেৰ এম ডি পদৰ পৰা ইস্তিফা দিয়ে অশ্বীনি গ্ৰোভৰে।

প্ৰাপ্ত খবৰ অনুসৰি, নিজৰে প্ৰতিষ্ঠান ভাৰত পেয়ে অশ্বিনী গ্ৰোভৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। অশ্বিনী গ্ৰোভৰে এই গোচৰৰ তদন্ত বন্ধ কৰিবলৈ আহ্বান জনাইছিল যদিও অৱশেষত সেয়া হৈ নুঠাত প্ৰতিষ্ঠানটোৰ শীৰ্ষ পদটোৰ পৰা পদত্যাগ কৰে তেওঁ।উল্লেখ্য যে, নিজে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠান ভাৰত পেৰ কাৰ্যবাহী সঞ্চালক পদত আছিল অশ্বিনী গ্ৰোভৰে।

media school
Leave A Reply

Your email address will not be published.