ইউক্ৰেইনৰ নেটৱৰ্কৰ পৰা বিচ্ছিন্ন ৰাছিয়াৰ ফোন নম্বৰ

0 650

ইউক্ৰেইনৰ ৰাজ্যিক বিশেষ যোগাযোগ সেৱাৰ জৰুৰী ঘোষণা । ৰাছিয়ান ফোন নম্বৰৰ ব্যৱহাৰকাৰীসকলে ইউক্ৰেইনৰ টেলিকম আন্তঃগাঁথনি ব্যৱহাৰ কৰিব নোৱাৰিব।ইউক্ৰেইনৰ চৰকাৰী সংস্থাই উল্লেখ কৰিছে যে নিজৰ নম্বৰৰ পৰা ফোন কৰিব নোৱাৰাৰ ফলত ৰাছিয়াৰ সেনাই দেশৰ নাগৰিকৰ ফোন কাঢ়ি লোৱাৰ সংখ্যা বৃদ্ধি পাইছে। ইতিমধ্যে ইউক্ৰেইনৰ টেলিকম কোম্পানীবোৰে তেওঁলোকৰ নেটৱৰ্কৰ পৰা ৰাছিয়াৰ নম্বৰ বিচ্ছিন্ন কৰিছে৷ ৰাছিয়াৰ সৈন্যসকলে যুদ্ধক্ষেত্ৰত যোগাযোগ কৰিবলৈ তেওঁলোকৰ নিজা মোবাইল নম্বৰ আৰু ৱাকি-টকী ব্যৱহাৰ কৰি আছে।

ৰাছিয়াৰ সৈন্যসকলে যুদ্ধক্ষেত্ৰত যোগাযোগ কৰিবলৈ তেওঁলোকৰ নিজা মোবাইল নম্বৰ আৰু ৱাকি-টকী ব্যৱহাৰ কৰি আছে।যিসকল ইউক্ৰেনীয়ৰ ফোন ৰাছিয়াৰ সৈন্যই কাঢ়ি লৈ গৈছিল তেওঁলোকক বিষয়টো ফোন অপাৰেটৰক জনোৱাৰ বাবে আহ্বান জনোৱা হৈছে। যাতে এই নম্বৰবোৰ যিমান সম্ভৱ সোনকালে অৱৰোধ কৰিব পাৰি।ৰাছিয়াৰ সৈন্যই যুদ্ধক্ষেত্ৰত যোগাযোগ কৰিবলৈ তেওঁলোকৰ নিজা মোবাইল নম্বৰ আৰু ৱাকি-টকী ব্যৱহাৰ কৰি আছে ৷

Leave A Reply

Your email address will not be published.