ধুবুৰীত উপস্থিত হৈছে মন্ত্ৰী ৰঞ্জিত দাস

0 176

ৰাজ্যত অব্যাহত ভয়াৱহ বান পৰিস্থিতি । চৰকাৰে ৰাজ্যবাসীৰ সুৰক্ষাৰ কথাত গুৰুত্ব প্ৰদান নানা পদক্ষেপ গ্ৰহণ কৰিছে। আজি ধুবুৰীত উপস্থিত হৈছে মন্ত্ৰী ৰঞ্জিত দাস।

ধুবুৰীত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ খবৰ ললে মন্ত্ৰী গৰাকীয়ে।আশ্ৰয় শিবিৰৰ কণ কণ শিশু সকলৰ লগত কথা পাতিলে মন্ত্ৰী গৰাকীয়ে।অসমৰ বান পানীৰ সমস্যা আমি নিজে সৃষ্টি কৰা সমস্যা। বানপানীৰ আমি দোষী, আমাৰ শাসন ব্যৱস্থা দোষীঃ মন্ত্ৰী ৰঞ্জিত দাস।

অসমৰ বান পানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰিলেও অসমৰ সৈতে একাত্ম হৈ কাম কৰি আছে। এদিন হ’লেও অসমৰ বান পানীৰ স্থায়ী সমাধান হ’ব।গুৱাহাটী IIT যে ইতিমধ্যে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ অধ্যয়ন কৰি আছে।

media school
Leave A Reply

Your email address will not be published.