দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ

0 155

দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোটি টকাৰ গোচৰ তৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ পত্নীয়ে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ ছিছদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ।

PPE কীট কেলেংকাৰীক লৈ মনীষ চিছদিয়াই দিল্লীত অনুষ্ঠিত কৰিছিল সংবাদমেল।ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা পদ্মধৰ নায়কে চিভিল আদালতত তৰিছিল গোচৰ।

অধিবক্তাৰ মন্তব্য অনুসৰি, জে চি বি ইণ্ডাষ্ট্ৰিৰ ১৪৮৫টা PPEকীট CSRৰ মতে দান কৰা হৈছিল অসম চৰকাৰক। আনহাতে, জে চি বি ইণ্ডাষ্ট্ৰিয়ে কোনো বিল দাখিল কৰা নাই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক।

media school
Leave A Reply

Your email address will not be published.