“গণতান্ত্ৰিক ব্যৱস্থা এটাক শক্তিশালী কৰি সবল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে” – পীযুষ হাজৰীকা

1 450

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰেছ দিৱস উপলক্ষে সংবাদ সেৱাৰ সৈতে জড়িত সকলোলৈকে শুভেচ্ছা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাংবাদিকসকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছে ।

গণতান্ত্ৰিক ব্যৱস্থা এটাক শক্তিশালী কৰি সবল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।

media school
1 Comment
  1. আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

Leave A Reply

Your email address will not be published.