পানীখাইতি অঞ্চলত খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 127

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পানীখাইতি অঞ্চলৰ হাতীশিলা মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে।

media school
Leave A Reply

Your email address will not be published.