গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই

0 329

অসম গণ পৰিষদৰ কাৰ্য্যকৰী সভাপতি তথা সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অগপৰ প্ৰাক্তন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী শ্ৰী থানেশ্বৰ বড়োক সাক্ষাৎ কৰি তেখেতৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে

সম্প্ৰতি থানেশ্বৰ বড়ো পূৰ্বতকৈ সুস্থ হৈ উঠিছে তেখেতৰ দ্ৰুত আৰোগ্য আৰু সুস্বাস্থ্য‌ কামনা কৰে

media school
Leave A Reply

Your email address will not be published.