কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাঃ১ অক্টোবৰৰ পৰা বাধ্যতামূলক হ’ব জন্মৰ প্ৰমাণ পত্ৰ

0 198

১ অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানত নামভৰ্তি , ড্ৰাইভিং লাইচেন্স লাভ, ভোটৰ তালিকা প্ৰস্তুত, আধাৰ নম্বৰ পঞ্জীনৰ, বিবাহ পঞ্জীয়ন আদি কেইবাটাও গুৰুত্বপূৰ্ণ উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় একক নথি- পত্ৰ হৈ পৰিব জন্মৰ প্ৰমাণ পত্ৰ।

২০২৩ চনত জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) আইন কাৰ্যকৰী হোৱাৰ পাছত এই নিয়ম কাৰ্যকৰী কৰা হ’ব। উল্লেখ্য যে, এই আইনখনৰ লক্ষ্য হৈছে পঞ্জীয়নভুক্ত জন্ম আৰু মৃত্যুৰ এক বিস্তৃত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ তথ্যকোষ স্থাপন কৰা হ’ব যাৰ চূড়ান্ত লক্ষ্য হৈছে ডিজিটেল পঞ্জীয়নৰ জৰিয়তে ৰাজহুৱা সেৱা আৰু সামাজিক সুবিধা প্ৰদানত স্বচ্ছতা প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, ১৯৬৯ চনত এি আইন সংশোধনীৰ নেতৃত্ব দিছিল কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে।

media school
Leave A Reply

Your email address will not be published.