প্ৰতিশোধঃ জম্বু- কাশ্মীৰত ভাৰতীয় সেনাৰ এনকাউণ্টাৰত নিহিত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

0 163

জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ উৰিত নিৰাপত্তাৰক্ষীৰ গুলীত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াযোগে জনোৱা অনুসৰি সেনা আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত সন্ত্ৰাসবাদী তিনিজন নিহত হয়।

আনহাতে অনন্তনাগৰ কোকৰনাগতো নিৰাপত্তাৰক্ষীৰ দলে বিগত চাৰিদিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ওপৰত আকাশমাৰ্গেৰেও নিৰীক্ষণ কৰি থকা হৈছে।

জম্মু–কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে আৰু এটা সন্ত্ৰাসবাদী। আজি পুৱাৰে পৰা নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় তিনিটা সন্ত্ৰাসবাদী। ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান বৰ্তমানো অব্যাহত আছে অঞ্চলটোত।

media school
Leave A Reply

Your email address will not be published.