অৱশেষত অনন্তনাগৰ সংঘৰ্ষৰ মাষ্টৰমাইণ্ড নিধন কৰিলে সেনাই

0 181

জম্মু আৰু কাশ্মীৰৰ অনন্তনাগৰ ওখ পাহাৰৰ শিখৰৰ এটা গুহাত পাক সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ পোৱাৰ পিছৰে পৰা সেনা আৰু আৰলক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। উল্লেখ্য যে, গুহাটোলৈ প্ৰৱেশ কৰা পথটো ঠেক আৰু দ থকাৰ পিছতো সেনা অৰক্ষীয়ে প্ৰতিকূল পৰিস্থিত সকলো নেওচি পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাইছিল অভিযান।

এই অভিযানত ইতিমধ্যে চাৰিজন সেনা আৰু আৰক্ষী নিহত হৈছিল।কিন্তু অৱশেষত সেনা- আৰক্ষী হত্যাৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই বাৰামুলা জিলাত দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। আজি সাত দিনত ভৰি দিলে জম্মু- কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তা বাহিনীৰ পাক সন্ত্ৰাসবাদীৰ সংঘৰ্ষই।

এই সংঘৰ্ষৰ সময়তে সেনাই নিধন কৰিবলৈ সক্ষম হয় অনন্তনাগৰ সংঘৰ্ষৰ মাষ্টৰমাইণ্ড লস্কৰকৰ কৰাণ্ডাৰ উজাইৰ খানক।

media school
Leave A Reply

Your email address will not be published.