আজি ২০ ছেপ্টম্বৰ শ্বহীদ দিৱসঃ৪১টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰত ত্যাগ আন্দোলনত প্ৰাণ আহুতি দিয়া সেনানীৰ মৃত্যুয়ে

0 110

আজি ২০ ছেপ্টম্বৰ ছহীদ দিৱস। ৪১টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া অসমীয়া সেননীৰ মৃত্যুয়ে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ২০ ছেপ্টেম্বৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল কেইবাগৰাকীও অসমীয়াই।

আজিৰ দিনটোতে প্ৰাণ আহুতি দিছিল কনকলতা, মুকুন্দা কাকতিয়ে ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ আৰু কমলা মিৰিকে ধৰি কেইবাগৰাকীও বীৰ-বীৰাংগনা। গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈ বৃটিছৰ গুলীত মৃত্যুবৰণ কৰে কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিয়ে।

media school
Leave A Reply

Your email address will not be published.