আজি বিশ্ব গঁড় দিৱস

0 169

আজি বিশ্ব গঁড় দিৱস। প্ৰতিবছৰে ২২ ছেপ্টম্বৰৰ দিনটোত সমগ্ৰ বিশ্ব দিৱস উদযাপন কৰে। দিনক দিনে বিলুপ্ত হ’বলৈ ধৰা বিভিন্ন প্ৰজাতিৰ গঁড়ক জীয়াই ৰখাৰ স্বাৰ্থত সমগ্ৰ বিশ্বতে পালন কৰা হয় এই দিৱসটি।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে গঁড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ কৰিবৰ বাবে ২০১০ চনৰ পৰা ২২ ছেপ্টম্বৰৰ দিনটো গড় দিৱস হিচাপে উদযাপন কৰি আহিছে। ইয়াৰ লগতে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অসমে বাহন কৰি আহিছে এক গৌৰৱোজ্বল ইতিহাস। বৃটিছৰ শাসন কালতে কাজিৰঙাত গড়ৰ অস্তিত্বৰ প্ৰমান লাভ কৰাৰ পৰা বৰ্তমানলৈকে গঁড় সংখ্যা বৃদ্ধিয়ে বিশ্বৰ দৰবাৰত অসমৰে লাভ কৰিছে এক সুকীয় পৰিচয়।

শেহতীয়াকৈ, অসমৰ চোৰাং চিকাৰীৰ হাতত গঁড় নিধনৰ সংখ্যা প্ৰায় নোহোৱা হোৱাটো ৰাজ্য লগতে বিশ্ববাসীৰ বাবে এক সুখবৰ।

media school
Leave A Reply

Your email address will not be published.