ক’ত আয়োজন কৰা হ’ব পৰিণীতি ৰাঘৱ চাদ্দাৰ ৰিচেপশ্যন পাৰ্টী দিল্লী নে মুম্বাইতঃ পোহৰলৈ আহিল তাৰিখ

0 204

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ বিবাহে বহু চৰ্চিতা লাভ কৰাৰ পাছত এতিয়া ন – বোৱাৰী পৰিণীতি চোপ্ৰাৰ প্ৰতিটো খবৰ জানিবলৈ উৎসুক হৈ থাকে অনুৰাগীসকলে। জানিব পৰা মতে নিক- প্ৰিয়ংকা, দীপিকা- ৰণবীৰৰ দৰেই একাধিক চহৰত ৰিচেপচন আয়োজন কৰিছে ৰাঘৱ চাদ্দাই।

সম্প্ৰতি সামাজিক মাধ্যমত এক নিমন্ত্ৰণী পত্ৰ পৰাৰ পাছতে জনা গৈছে যে দিল্লীত নহয়,চ চণ্ডীগড়ৰ তাজত ৰিচেপচন পাৰ্টী দিব ৰাঘৱ পৰিণীতিয়ে।

ইয়াৰ উপৰিও মুম্বাইতো ৰাঘৱ পৰিণীতিয়ে এক অভ্যৰ্থনা পাৰ্টী আয়োজন কৰা হৈছে। এই পাৰ্টী বিনোদন জগতৰ সকলো বন্ধু আৰু সহকৰ্মীক আমন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে। এই সুত্ৰ অনুসৰি ৪ অক্টোবৰ আয়োজন কৰা হ’ব পাৰে এই গ্ৰেণ্ড ৰিচেপচন।

media school
Leave A Reply

Your email address will not be published.