ভাৰতৰ পৰা অস্কাৰৰ বাবে যুঁজ দিব মালায়ালম চলচ্চিত্ৰ ‘২০১৮’

0 234

ভাৰতৰ পৰা অস্কাৰৰ বাবে মনোনীত হৈছে মালয়ালম চলচ্চিত্ৰ ‘২০১৮’ । চিনেমাখনৰ ইংৰাজী শিৰোনাম হৈছে ‘ ‘Everyone in a Hero’। এই ছবিখন ২০১৮ চনৰ বানপানীৰ কাহিনীৰ আধাৰত নিৰ্মিত কৰা হৈছিল। ছবিখনৰ পৰিচালক এন্থনী জোচেফ আৰু টভিনো থমাছ, কুনচাকো বোবন, আছিফ আলী, বিনীথ শ্ৰীনিবাসন, অপৰ্ণা বালামুৰালী আদিকে ধৰি প্ৰায় কেইবাগৰাকী শিল্পীয়ে অভিনয় কৰিছে।

চলিত বৰ্ষৰ মে’ মাহত মুক্তি লাভ কৰিছিল ‘২০১৮’ ছবিখন। এই ছবিখন আছিল সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা মালয়ালয় চিনেমা।

ভাৰতৰ বাথনি সনিতিৰ অধ্যক্ষ গিৰীশ কাছাৰৱল্লীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ ওপৰত নিৰ্মাণ কৰা মালয়ালম ছবিখন এইবাৰৰ অস্কাৰৰ বাবে মনোনীত কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.