১৯ অক্টোবৰৰ পৰা ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ, দুখ–কষ্ট আঁতৰি এইসকল জাতক-জাতিকাৰ জীৱনলৈ আহিব ধন–সম্পত্তি!

0 249

অক্টোবৰ মাহৰ আৰম্ভণিতে অৰ্থাৎ পহিলা তাৰিখতে ৰাশি পৰিৱৰ্তন কৰিছে বুধে। এতিয়া কন্যাত প্ৰৱেশ কৰিব বুধে। ইয়াৰ পিছত ১৯ অক্টোবৰত তুলা ৰাশিত প্ৰৱেশ কৰিব যুৱৰাজ বুধ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। জ্যোতিষ মতে, শুক্ৰ আৰু বুধৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আছে। তুলা ৰাশিত ৬ নৱেম্বৰ পৰ্যন্ত বুধত অৱস্থান কৰিব। তাৰ পিছত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। তুলা ৰাশিত বুধৰ স্থান সলনিৰ সময়ত ৩ ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যৰ চকৰি ঘূৰিব। জীৱনত আছে বিশাল অৰ্থপ্ৰাপ্তিৰ যোগ। জানি লওক কোন সেই সৌভাগ্যৱান।

মিথুন: বিশাল অৰ্থপ্ৰাপ্তিৰ যোগ। অপ্ৰত্যাশিতভাৱে বিশাল সম্পত্তিৰ মালিকানা লাভ কৰিব। অফিচত আপোনাৰ কাম প্ৰশংসিত হ’ব। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক থাকিব। ব্যৱসায়ত লাভ হ’ব। কামত বাহিৰলৈ যোৱাৰ যোগ আছে। স্বাস্থ্য ভালে থাকিব। পাৰিবাৰিক সমস্যা দূৰ আহিব। চাকৰিত বদলি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। এই সময়ত কোনো বিনিয়োগ কৰিলে ভাল ফল পাব। যিসকলে নতুন চাকৰি বিচাৰিছে, তেওঁলোক সফল হ’ব।

কন্যা ৰাশি : কন্যা ৰাশিৰ কপাল ফুলিব। ভাগ্যই সকলো কামত সংগ দিব। হাতলৈ টকা আহিব। চাকৰি আৰু ব্যৱসায়ত উন্নতি হ’ব। আবদ্ধ হৈ থকা টকা ঘূৰাই পাব পাৰে। বিগত বহুদিনৰ সকলো ঋণ দূৰ কৰিব পাৰিব। যিসকলে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে, তেওঁলোকৰ এই সময়ত ভাল লাভ হ’ব। চাকৰিজীৱীসকলে সন্মান লাভ কৰিব, পদোন্নতি হ’ব পাৰে। নতুন সম্পত্তি কিনিব পাৰে। দাম্পত্য আৰু প্ৰেমৰ সম্পৰ্ক মসৃন হ’ব। ভূমি–ঘৰ সংক্ৰান্তীয় বিবাদৰ নিষ্পত্তি হ’ব। কেৰিয়াৰত ভাল সুযোগ আহিব যিটো এৰি নিদিয়াই ভাল।

সিংহ ৰাশি:কেৰিয়াৰৰ বাবে খুব ভাল সময়। যিসকলে চাকৰি বিচাৰিছে, তেওঁলোকে এই সময়ত ভাল সুযোগ লাভ কৰিব। আয়ৰ একাধিক উৎস খুলি যাব, প্ৰচূৰ টকা আহিব হাতলৈ। পাৰিবাৰিক সম্পৰ্ক ভাল হ’ব। দাম্পত্য অশান্তি দূৰ হ’ব। ঘৰত কোনো শুভ কাম হ’ব পাৰে। আয়ৰ নতুন উৎসও পাব পাৰে। পৰিয়ালৰ সৈতে বাহিৰলৈ যাব পাৰে। যিসকলে নিজৰ ব্যৱসায় কৰাৰ কথা ভাবিছে, এই সময় উপযুক্ত।


media school
Leave A Reply

Your email address will not be published.