ভাৰতৰ ম’ষ্ট ৱাণ্টেড শ্বাহীদ লটিফক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ

0 272

ডিজিটেল ডেস্কঃ ভাৰতৰ ম’ষ্ট ৱাণ্টেড শ্বাহীদ লটিফক হত্যা। পাঠানকোট আক্ৰমণৰ মূল অভিযুক্ত আছিল শ্বাহীদ। জানিব পৰা মতে, পাকিস্তানত বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে লটিফক।

উল্লেখ্য যে, NIA আৰু UAPAৰ অধীনত ভাৰতত নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ভাৰতত সন্ত্ৰাস বিয়পোৱাৰ কাম কৰিছিল অভিযুক্ত আছিল শ্বাহীদে। শ্বাহীদ লটিফৰ ঘৰ পাকিস্তানৰ গুজৰাংৱালাত ।

এইজন শ্বাহীদৰ নেতৃত্বতেই ২০১৬ চনৰ ২ জানুৱাৰীত পাঠানকোট এয়াৰবেছ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। য’ত কেইবাগৰাকীয় সেনা শ্বহীদ হৈছিল। দুধৰ্ষ নেতাজনৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত।

media school
Leave A Reply

Your email address will not be published.