নৱৰাত্ৰিৰ সময়ত ভূলতো নকৰিব এইসমূহ কাম

0 207

আজি শাৰদীয় নৱৰাত্ৰি। হিন্দু ধৰ্মৰ এই উৎসৱত দেৱী মাৰ উপাসনাৰ বিশেষ গুৰুত্ব আছে।শাস্ত্ৰত কোৱা হৈছে যে নৱৰাত্ৰিত মা দূৰ্গাৰ উপাসনা কৰোতে বিশেষ মনোযোগ দিয়া প্ৰয়োজন। এনে কিছুমান কাম আছে যিসমূহ কাম নৱৰাত্ৰিৰ সময়ত কৰিব নালাগে, যিবোৰ কাম কৰিলে দেৱী মুা অসন্ত্তষ্টি হয় গতিকে জানো আহকচোন নৱৰাত্ৰিৰ সময়ত কি কি কৰিব নালাগে।

নৱৰাত্ৰিৰ সময়ত নকৰিব এইকেইটা কাম

১. নৱৰাত্ৰিত দেৱী মাৰ পূজা কৰা হয়। সেইবাবে নৱৰাত্ৰিত আমিষ খাদ্য খাব নালাগে।

২.নৱৰাত্ৰিৰ সময়ত সুৰা, গুটখা আদি সেৱন কৰিটো নিষিদ্ধ।

৩.নৱৰাত্ৰিত উপবাস কৰা ব্যক্তিয়ে ব্ৰহ্মচাৰ্যৰ নিয়ম পালন কৰিব লাগে।এনে নকৰিলে উপবাস ভাঙিব পাৰে।

৪.নৱৰাত্ৰিত নখ কাটিব নালাগে।নৱৰাত্ৰিত মানুহৰ ভুল চিন্তা কৰিব নালাগে।মনত ৰাখিব যে এই সময়ছোৱাত এগৰাকী মহিলাক অপমান কৰাটো পাপ।

media school
Leave A Reply

Your email address will not be published.