“মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী, আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ”

0 330

এইবাৰ মুছলমান যুৱকক গালি দিলে বদৰুদ্দিন আজমলে। মুছলমানৰ বিৰুদ্ধে নগৰবেৰাত আজমলে কৰিলে বিতৰ্কিত মন্তব্য।

আজমলে কয়, ‘‘মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ। চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাতত ১ নম্বৰত মুছলমান।’’

ইমানেই নহয়, আজমলে ক’লে জে’লত যোৱাতো ১ নম্বৰত আছে মুছলমান ল’ৰা। মুছলমান ল’ৰাৰ স্কুল যাবলৈ সময় নাই, জুৱা খেলিবলৈ সময় আছে। ঠগ, প্ৰবঞ্চনাতো ১ নম্বৰত মুছলমান।

media school
Leave A Reply

Your email address will not be published.