ভূটান নৃপতি ৰজা জিগমে খেছাৰ নামগাইল ৱাংচুকক সাক্ষাত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ

0 223

বুধবাৰে ভাৰতীয় কোটিপতি ব্যৱসায়ী তথা আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে সাক্ষাত কৰে ভূটানৰ ৰজা জিগমে খেছাৰ নামগাইল ৱাংচুক।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ৱাংচুকৰ সৈতে শেহতীয়া বৈঠকৰ বিষয়ে উল্লেখ কৰি গৌতম আদনীয়ে কয়  যে -ৰজা ৱাংচুকক লগ পোৱা আৰু তেওঁৰ দৃষ্টিভঙ্গীৰ  বিষয়ে জনাটো তেওঁৰ সন্মানৰ বিষয়।উচ্চাকাংক্ষী ভূটানৰ ওপৰত ৱানহচুকৰ চিন্তাধাৰা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক

“ভূটানৰ মহামান্য ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক লগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ বিষয় আছিল। তেওঁৰ সুখৰ ৰাজ্যৰ বিষয়ে তেওঁৰ দৃষ্টি শুনি ভাল লাগিছিল।

উচ্চাকাংক্ষী ভূটানৰ ওপৰত তেওঁৰ চিন্তাধাৰা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। আমি আদানি গ্ৰুপৰ বাবে আমাৰ এজন সুখী আৰু উষ্ণ চুবুৰীয়াৰ বাবে সেউজীয়া আন্তঃগাঁথনি বিকাশত অৰিহণা যোগোৱাৰ সুযোগ অন্বেষণ কৰিবলৈ উৎসাহিত,” আদানীয়ে এক্সত তেওঁৰ পোষ্টত লিখিছিল।

media school
Leave A Reply

Your email address will not be published.