টছ জালিয়াতি কৰিছে টীম ইণ্ডিয়াই,অপ্ৰতিৰোধ্য ভাৰতক লৈ ঈৰ্ষা বাঢ়িছে নেকি পাকিস্তানৰ

0 249

ICC বিশ্বকাপত বৰ্তি আছে টিম ইণ্ডিয়াৰ জয়ৰ যাত্ৰা। এতিয়ালৈকে বিশ্বকাপত খেলা ১০ খন মেচৰ অতাইকেখনতে বিজয়ী হৈছে ভাৰতীয় দলটি। আৰু ইয়াৰ লগে লগে সমান্তৰাল ভাবে আৰম্ভ হৈছে বিতৰ্কৰ ।

পাকিস্তানৰ পূৰ্ব ক্ৰিকেটৰ হাচlন ৰাজাই অভিযোগ উথ্যপণ কৰি কয় যে ভাৰতীয় দলটোক বলিংৰ সময়ত বেলেগ বল দিয়া হয় তাৰপিছতে ছেমিফাইনেলত পিটচ পৰিবৰ্তনৰ কথাও কয়।

এই বিতৰ্কত নতুনকৈ সাঙংৰ খাইছে পাকিস্তানৰ ক্ৰিকেটৰ চিকণ্ডৰ বখটৰ নাম। তেওঁ কয় যে টচৰ সময়ত ৰোহিত শৰ্মাই মুদ্ৰাটো বহু দূৰলৈ দলিয়াই দিয়ে যাৰ ফলত প্ৰতিপক্ষই নিজৰ পচন্দ চাব নোৱাৰে, আৰু এইয়ে হৈ পৰে ভাৰতৰ জয়ৰ কাৰণ।

পাকিস্তানৰ ক্ৰিকেটাৰৰ এনে মন্ত্যব্যৰ পিছতে সমালোচনা আৰু বিতৰ্কৰ ঢৌ তুলিছে। কিন্তু কিছু ক্ৰিকেটাৰ এই বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত আছে।

কিন্তু ক্ৰিকেটাৰ গৰাকীৰ এই অভিযোগ সম্পূৰ্ণৰূপে ভুল বুলি পৰিসংখ্যাই প্ৰতিপন্ন কৰিছে। বিশ্বকাপত অনুষ্ঠিত হোৱা ১০ খন খেলত ৰহিতৰ টচ জয়ৰ হাৰ ৫০%।

media school
Leave A Reply

Your email address will not be published.