কেনে আছে ‘Golmaal Returns’ৰ লক্ষ্মণখ্যাত অভিনেতা শ্ৰেয়াছ তলপড়ে?

0 2,228

বলীউডৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ তালপাডে ১৪ ডিচেম্বৰ বৃহস্পতিবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হয়। অভিনেতা জনক মুম্বাইৰ বেলভিউ চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে শ্ৰেয়াছৰ বৰ্তমান অৱস্থা স্থিৰ, আৰু তেওঁ ভালে আছে।
চিন্তাৰ কোনো কাৰণ নাই।

চিকিৎসকে নিশ্চিত কৰিছে যে যিহেতু অস্ত্ৰোপচাৰটো সফল হৈছে গতিকে অভিনেতাজন এতিয়া সুস্থিৰ। আৰু কেইদিনমানৰ ভিতৰতে তেওঁক discharge দিয়া হব,”।৪৭ বছৰীয়া তালপাডে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ এজন সুদক্ষ অভিনেতা। তেওঁ ২০০৫ চনত নাছিৰুদ্দিন শ্বাহ অভিনীত ‘ইকবাল’ চলচ্চিত্ৰত এজন বিশেষভাৱে সক্ষম খেলুৱৈৰ চৰিত্ৰ তত্বাৱধান কৰাৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিছিল।

Tusshar Kapoor on the Golmaal franchise, his character getting a voice, and  being in adult comedies-Entertainment News , Firstpost

শ্ৰেয়াছ তালপাডে মাৰাঠী টিভি অনুষ্ঠানৰ দ্বাৰা খ্যাতি লাভ কৰিছিল। তেওঁ বক্স অফিচত কেইবাখনো হিট ছবিৰ অংশ আছিল, যাৰ ভিতৰত আছে, ‘ওম শান্তি ওম’, ‘গোলমাল ৰিটাৰ্ণছ’ আৰু ‘হাউচফুল ২’,।

media school
Leave A Reply

Your email address will not be published.