কোনে হেক কৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ফেচবুক একাউণ্ট,সংবাদ মাধ্যমৰ আগত কি কলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে

0 519

এইবাৰ হেকাৰৰ চকু ৰাজনৈতিক নেতা নেত্ৰী সকলৰ ওপৰত।শেহতীয়াকৈ হেকাৰৰ কবলত পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰৰ ফেচবুক একাউণ্ট হেক কৰিলে কোনো দুষ্ট চক্ৰই। কংগ্ৰেছ নেত্ৰীগৰাকীৰ ফেচবুক একাউণ্টত আপলোড কৰা হৈছে কেতবোৰ আপত্তিজনক ফটো। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

media school
Leave A Reply

Your email address will not be published.