তৃতীয়বাৰলৈ EDৰ জাননীক অগ্ৰাহ্য, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা

0 444

যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। সুৰা কেলেংকাৰীত সাঙুৰ খাইছে মুখ্মন্ত্ৰীজনৰ নাম কেজৰিৱাল চৰকাৰৰে কেবিনেট মন্ত্ৰী আতিশীয়ে প্ৰকাশ কৰিছিল এই আশংকা। তাৰ পাছতে অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত দেশৰ ৰাজনীতিত চলিছে চৰ্চা।

তদন্তকাৰী সংস্থা ইডিয়ে তালাচী চলাব পাৰে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহত। উল্লেখযোগ্য যে ইডিয়ে ৩ বাৰকৈ অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছিল। কিন্তু লক্ষ্যণীয়ভাৱে এবাৰো সংস্থাটোৰ কাৰ্য্যালয়ত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী কেজৰিৱাল।

media school
Leave A Reply

Your email address will not be published.