ভাৰতৰ পৰা অত্যধিক সুৰা ক্ৰয় কৰে এইখন মুছলিম ইছলামিক দেশে! কিন্তু কিমান দামত?

0 335

বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে সুৰাৰ চাহিদা। ২০২৪ চনত ভাৰতে বিদেশলৈ ৱাইন ৰপ্তানি কৰি ৩৭৫ ডলাৰ উপাৰ্জন কৰিছিল বুলি ষ্টেটিষ্টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই ৱাইনৰ সৰ্বাধিক ক্ৰেতা হৈছে UAE অৰ্থাত আৰব আমিৰশ্বাহী । উল্লেখ্য যে, ভাৰতৰ পৰা সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত এইখন ইছলামিক দেশে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰা দেশ হিচাপে আৰব আমিৰশ্বাহীৰ নাম তালিকাত আগশাৰীৰ স্থানত আছে যদিও বিশ্বৰ বহু দেশে ভাৰতৰ পৰাই বৃহৎ পৰিমাণৰ মাটি ক্ৰয় কৰে বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।

শেহতীয়াকৈ ভাৰতৰ পৰা ৱাইন ক্ৰয় কৰা দেশসমূহৰ ভিতৰত UAEৰ পিছত অন্যতম হৈছে ছিংগাপুৰ আৰু নেদাৰলেণ্ড। সমান্তৰালভাৱে ভাৰতৰ পৰা সুৰা আমদানি কৰে আফ্ৰিকাৰ দেশসমূহেও।

প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, বিশ্বৰ বহু দেশলৈ সৰ্বাধিক হুইস্কি আৰু ৰমৰ লগতে জিন ৰপ্তানি কৰে ভাৰতে।

উল্লেখ্য যে, তাঞ্জাদিয়া, এংগোলা, কেনিয়া, ৰুৱাণ্ডাকে ধৰি বহু আফ্ৰিকান দেশে ভাৰতৰ পৰা ৱাইন ক্ৰয় কৰি আহিছে। য’ত ভাৰতে বৃহৎ পৰিমাণে সুৰা ৰপ্তানি কৰে বুলি প্ৰকাশ পাইছে।

লগতে পঢ়ক: দীপাৱলীৰ পূৰ্বে ডাঙৰ সংযোগ! ভাগ্য উদয় হ’ব ৩ ৰাশিৰ জাতক-জাতিকাৰ। কিন্তু সেই ৰাশিসমূহ কি কি?

media school
Leave A Reply

Your email address will not be published.