ৰাতিপুৱা টোপনি পৰা উঠি ভুলতো নকৰিব এই কাম! নহ’লে ধ্বংস হ’ব পাৰে আপোনাৰ জীৱন!

0 435

প্ৰতিগৰাকী ব্যক্তিয়েই বহু নীতি-নিয়মৰ মাজেৰে জীৱনটো পৰিচালনা কৰিব লগা হয়। বিশেষকৈ ধৰ্মীয় দিশৰ পৰা চালে প্ৰতিগৰাকী ব্যক্তিয়েই দৈনন্দিন জীৱনত কিছু নীতি নিয়ম মানি চলিবলগীয়া হয়।

বিশেষকৈ পুৱা টোপনিৰ পৰা সাৰ পোৱা পিছত প্ৰতিগৰাকী ব্যক্তিয়ে কেইটামান নিয়ম মানি চলাটো উচিত যিবোৰ নিয়ম ধৰ্মীয় দৃষ্টিকোণৰ পৰা প্ৰয়োজনীয় বুলি বিবেচিত হৈ আহিছে।

এইসমূহ নিয়ম মানি চলিলে ব্যক্তিৰ জীৱনৰ সমস্যা দূৰ হোৱাৰ লগতে জীৱনত সোভাগ্যৰ উদয় হয় বুলিও বিশ্বাস কৰা হয়।

এইসমূহ নিয়ম মানি চলিলে ব্যক্তিৰ জীৱনৰ সমস্যা দূৰ হোৱাৰ লগতে জীৱনত সোভাগ্যৰ উদয় হয় বুলিও বিশ্বাস কৰা হয়।

যিসমূহ ব্যক্তিয়ে পুৱা সোনকালে সাৰ পাই তেওঁৰ দিনটো ভালদৰে পাৰ বুলি জনা যায়। বাস্তুশাস্ত্ৰৰ মতে, পুৱা উঠাৰ লগে লগে আইনা চালে কিবা অঘটন ঘটিব বুলি বিশ্বাস কৰা হয়।

সমান্তৰালভাৱে সনাতন পৰম্পৰা অনুসৰি, যদি নিজৰ প্ৰিয় ঈশ্বৰ বা সূৰ্য দেৱতাৰ দৰ্শন কৰে তেন্তে দিনটো শুভ হয় বুলি গণ্য কৰা হয়।

উল্লেখ্য যে, বাস্তুশাস্ত্ৰ অনুসৰি নিশা শুৱাৰ সময়ত পৰিধান কৰা কাপোৰ সলাই ল’ব লাগে। যদি ৰাতি শুৱাৰ সময়ত দিনত পৰিধান কৰা কাপোৰ ব্যৱহাৰ কৰা হয় তেন্তে জীৱনত অশুভ সংকেত পৰে বুলি বিশ্বাস কৰা হয়।

ইয়াৰোপৰিও কেতিয়াও নিচাযুক্ত সামগ্ৰী অথবা গুটখা জাতীয় বস্তু খাব নালাগে।

তাৰোপৰি গৰু, কুকুৰ, চৰাই আদিক খাদ্য খুৱাব লাগে। বিশেষকৈ পাকঘৰৰ লগত জড়িত দোষবোৰে ব্যক্তিৰ জীৱনত বহু প্ৰভাৱ পেলায়। গতিকে পুৱা সাৰ পোৱাৰ লগে লগে খালী বাচন-বৰ্তন দেখা পোৱাটো বেয়া অশুভ বুলি গণ্য কৰা হয়।

পুৱা শুই উঠাৰ পিছত মনটোক সদায় সুখী ৰাখিবলৈ চেষ্টা কৰিব লাগে। যাৰ বাবে শুই উঠাৰ পিছত সদায় যোগাসন কৰিব লাগে। সাৰ পাই উঠিয়েই ভগৱানৰ নাম স্মৰণ কৰিব লাগে আৰু নেতিবাচক কথা চিন্তা কৰাৰ পৰা দূৰত থাকিব লাগে।

লগতে পঢ়ক: পাকিস্তানৰ লক্ষ্য অসম! আমেৰিকাৰ পৰা ভাৰতক ধমক ফিল্ড মাৰ্শ্বালৰ!

media school
Leave A Reply

Your email address will not be published.