সংক্ৰমণৰ ধুমুহা;বিপদাপন্ন ৰাজধানী

0 467

ক্ৰমাত বিপদ বাঢ়িছে দিল্লীবাসীৰ।কিয়নো বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি দিল্লীত আৰম্ভ হৈছে ক’ৰোণাৰ তৃতীয় পৰ্যায়ৰ গণসংক্ৰমণ।দিল্লীৰ স্বাস্থ্য বিভাগৰ মতে,বিগত ৩দিনত ১২,৩৩৮টা ক’ৰোণা সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে।

বিশেষজ্ঞ সকলে প্ৰকাশ কৰা তথ্য অনুসৰি বতৰ পৰিৱৰ্তন আৰু প্ৰদুষণৰ বাবে ৰাজধানী দিল্লীত আৰম্ভ হৈছে ক’ৰোণাৰ নতুন সংক্ৰমণ।লক্ষণীয় যে সংক্ৰমণৰ হাৰ যদি দৈনিক বৃদ্ধি পায় তেন্তে নিৰ্ঘাত বিপদৰ দিশে দেশৰ ৰাজধানী।

media school
Leave A Reply

Your email address will not be published.