অসমৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱা

0 515

অসম চৰকাৰৰ নতুন মুখ্য সচিব হ’ব জিষ্ণু বৰুৱা
শুক্ৰবাৰে জিষ্ণু বৰুৱাক এই নিযুক্তি প্ৰদান কৰা হৈছে
৩১অক্টোবৰত অৱসৰ ল’ব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই
তাৰ পাছতেই মুখ্য সচিবৰ দ্বায়িত্ব গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই
১৯৮৮বেটছৰ অসম মেঘালয়ৰ কেডাৰ আছিল বৰুৱা
বৰ্তমান বৰুৱাই ৰাজ্যৰ গৃহ ৰাজনৈতিক আৰু ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত

media school
Leave A Reply

Your email address will not be published.