গুজৰাটত “আৰোগ্য বন”উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

0 287

চৰকাৰী দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুক্ৰবাৰে গৃহৰাজ্যত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটৰ নৰ্মদা জিলাৰ কেৱডিয়াত “আৰোগ্য বন”নামেৰে এখন উদ্যানৰ লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে।১৭একৰ ভূমিৰে আগুৰা এই উদ্যানখনত প্ৰায় ৩৮০বিধ ভিন্ন প্ৰজাতিৰ ৫লাখ বিভিন্ন গছ-গছনি আছে।ইয়াৰোপৰি উদ্যানখনত অন্যান্য সুবিধাৰো ব্যৱস্থা কৰা হৈছে।আনহাতে শনিবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে সদ্য প্ৰয়াত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে

media school
Leave A Reply

Your email address will not be published.