টি আৰ পি জালিয়াতি; ৰিপাব্লিক টিভিৰ পাঁচ বিনিয়োগকাৰীক জেৰা

0 341

টি আৰ পি জালিয়াতিৰ গোচৰত মুম্বাই আৰক্ষীৰ চমন পোৱাৰ পিছত শুক্ৰবাৰে ৰিপাব্লিক টিভিৰ ৫জন বিনিয়োগকাৰীক বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ কৰোৱা হয়।ধনৰ বিনিময়ত টি আৰ পি ক্ৰয় কৰাৰ সন্দৰ্ভত তেওঁলোকক জেৰা চলোৱা হয় ।এই গোচৰ সন্দৰ্ভত ইতিমধ্যে ৰিপাব্লিক টিভিৰ বহু বিষয়াৰ বক্তব্য বাণীবদ্ধ কৰে মুম্বাই আৰক্ষীয়ে।আনকি প্ৰতিষ্ঠানটোৰ মুখ্য বিত্তীয় বিষয়া শিৱ সুন্দৰমকো আৰক্ষীয়ে জেৰা কৰে।

media school
Leave A Reply

Your email address will not be published.