পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ; ICU ত ভৰ্তি

0 381

পুনৰ অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।দেওবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে জেষ্ঠ ৰাজনীতিবিদ গৰাকী।যাৰ বাবে নিশা ১১বজাত তেখেতক জি.এম.চি.এইচত ভৰ্তি কৰোৱা হয়।বৰ্তমান জি.এম.চি.এইচৰ ICUত ভৰ্তি কৰোৱা হৈছে তৰুণ গগৈক ।উল্লেখ্য যে,দুৰ্গা পুজাৰ আগেয়ে ক’ৰোনাত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।বৰ্তমান তেওঁৰ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে।

media school
Leave A Reply

Your email address will not be published.