৩ নৱেম্বৰত মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন:কোন হ’ব পৰৱৰ্তী মাৰ্কিন ৰাষ্ট্ৰপ্ৰধান

0 296

৩ নৱেম্বৰত অনুষ্ঠিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন।৩ নৱেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনতাই ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ধাৰণ কৰিব বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প অথবা জো বিডেন হ’ব পৰৱৰ্তী মাৰ্কিন ৰাষ্ট্ৰপতি।৫০ খন ৰাজ্য থকা মাৰ্কিন যুক্তৰাষ্ট্ৰত ১৪ ডিচেম্বৰলৈ নিশ্চিত হ’ব কোন হ’ব পৰৱৰ্তী ৰাষ্ট্ৰপতি।

media school
Leave A Reply

Your email address will not be published.