মৰ্মান্তিক; গোসাইগাঁৱৰ তুলসীবিলত একে পৰিয়ালৰ পাঁচজনৰ চিপ লৈ আত্মহত্যা

0 337

সোমবাৰে ৰাজ্যত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা।কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁওৰ তুলসীবিলত একেটা পৰিয়ালৰে পাঁচজন সদস্যই আত্মহত্যা কৰে।মৃতলোক কেইজনৰ নাম ক্ৰমে নিৰ্মল পাল,মল্লিকা পাল,পূজা পাল,নেহা পাল আৰু ডিপু পাল।এই খবৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়।আনহাতে এই পৰ্যন্ত আত্মহত্যাৰ সঠিক কাৰণ পোহৰলৈ অহা নাই যদিও আৰ্থিক দৈন্যতাৰ বাবেই পাল পৰিয়ালে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰে

media school
Leave A Reply

Your email address will not be published.