বন্দুকধাৰীৰ আক্ৰমণত ৰক্তাক্ত কাবুল বিশ্ববিদ্যালয়;নিহত ২৫——

0 325

ধাৰাবাহিক গুলীবৰ্ষণে ৰক্তাক্ত কৰিলে ইৰানৰ গ্ৰন্থমেলাৰ বাকৰি।ইৰানৰ ৰাষ্ট্ৰদূতৰউপস্থিতিত দেশখনৰ বৃহত্তম শৈক্ষিক প্ৰতিষ্ঠান কাবুল বিশ্ববিদ্যালয়ত আয়োজিত গ্ৰন্থমেলাত অৰ্তকিতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত বন্দুকধাৰীৰ এটা দলে গ্ৰন্থমেলাৰ বাকৰিত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।দুৰ্বৃত্তৰ এনে অৰ্তকিত আক্ৰমণৰ ফলত প্ৰায় ২৫জনকৈ লোকে থিতাতে প্ৰাণ হেৰুৱাৰ বিপৰীতে ২০জনতকৈ অধিক লোক আহত হয় ।প্ৰায় এঘণ্টাজুৰি চলা এনে নিৰ্বিচাৰ গুলীবৰ্ষণৰ পাছতেই নিৰাপত্তাবাহিনীয়ে আক্ৰমণকাৰী তিনি বন্দুকধাৰীক গুলীয়াই হত্যা কৰে।

media school
Leave A Reply

Your email address will not be published.